নগাঁও পৌৰসভাই চিঙি ভাঙি লৈ গ'ল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বেনাৰ-হৰ্ডিং...

নগাঁৱত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ। কিন্তু তাৰ পূৰ্বেই গগৈক আদৰিবলৈ চহৰখনত লগোৱা সকলো বেনাৰ-হৰ্ডিং পৌৰসভাৰ কৰ্মচাৰীয়ে

author-image
Asomiya Pratidin
New Update
lahe

ডিজিটেল সংবাদ, নগাওঁঃ  নগাঁৱত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ। কিন্তু তাৰ পূৰ্বেই গগৈক আদৰিবলৈ চহৰখনত লগোৱা সকলো বেনাৰ-হৰ্ডিং পৌৰসভাৰ কৰ্মচাৰীয়ে চিঙি ভাঙি লৈ যোৱা কাৰ্যই কংগ্ৰেছ নেতা-কৰ্মীসকলক মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

Advertisment

নতুনকৈ দায়িত্বভাৰ লৈ উজনিৰ পৰা মধ্য অসমলৈ দলীয় সতীৰ্থ আৰু কৰ্মীৰ লগত মত বিনিময় কৰিবলৈ দেওবাৰে নিশা নগাঁৱত উপস্থিত হয় গৌৰৱ গগৈ। সাংসদ গৰাকীক আদৰণি জনাবলৈ জিলাখনৰ তিনিআলি, চাৰিআলিত কংগ্ৰেছ কৰ্মীয়ে আৰি দিছিল গৌৰৱ গগৈ ছবি সম্বলিত ভিন্ন বেনাৰ ছাইনবোৰ্ড ।

 কিন্তু সোমবাৰে পুৱা নগাঁও পৌৰসভাৰ কৰ্মচাৰীয়ে সকলো বেনাৰ ছাইনবোৰ্ড ফালি লৈ যোৱা কাণ্ড ই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে পৌৰসভাৰ বাহনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। 

নগাওঁ