New Update
/asomiyapratidin/media/media_files/2025/11/24/33f5fe68-afad-49d4-93cb-0821c5e9cc58-2025-11-24-08-46-41.jpeg)
- নগাঁৱত হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত
- আনএগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজিছে চিকিৎসালয়ত
- নগাঁৱৰ নৈ পামত পুৱা প্ৰাতহ ভ্ৰমণলৈ যোৱা মহিলাক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে
- হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুগৰাকী মহিলা।
- পিছত স্থানীয় ৰাইজে দুইগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ৰিপু মণি দাসে মৃত্যুক আঁকোৱালি লয়
- আনহাতে মাধৱী দাস নামৰ মহিলা গৰাকী বৰ্তমানো সংকটজনক অৱস্থাতে চিকিৎসাধীন হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us