ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল নগাঁৱৰ ইনজামুল...

নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল ইনজামুল হক নগাঁও জিলাৰ জুৰিয়াৰ ইনজামুল হকে সামাজিক মাধ্যমত বিয়পাইছিল ভুৱা অপপ্ৰচাৰ 

author-image
Asomiya Pratidin
New Update
zubdd
  • নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল ইনজামুল হক 
  • নগাঁও জিলাৰ জুৰিয়াৰ ইনজামুল হকে সামাজিক মাধ্যমত বিয়পাইছিল ভুৱা অপপ্ৰচাৰ 
  • ইতিমধ্যে নগাঁও আৰক্ষীয়ে গোচৰ নং ২৫৭/২৫ গোচৰ ৰুজু কৰি নিজৰ জিন্মাত লৈছে অভিযুক্ত ইনজামুলক 
  • এনেধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান নগাঁও জিলাৰ আৰক্ষী অধীক্ষৰ
জুবিন গাৰ্গ