/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
-
নগাঁৱৰ আমোলাপট্টিৰ বি এম ৰোডত বিধ্বংসী অগ্নিকাণ্ড
-
সাহিত্যিক, শিক্ষাবিদ তিলক মহন্তৰ বাসগৃহত অগ্নিকাণ্ড
-
জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বাসগৃহটোৰ প্ৰথম মহলা
-
অগ্নিকাণ্ডক লৈ অঞ্চলটোত সৃষ্টি হাহাকাৰ পৰিৱেশৰ
-
বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ
-
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত