কদমতলত ডকাইতি! ই ৰিক্সাৰ সৈতে লুটি নিলে ১০হাজাৰ টকা...

নগাঁও কদমতলত ডকাইতিৰ ঘটনা। ডকাইতিৰ অভিযোগ কদমতলৰ ড্ৰাগছ মাফিয়া ৰাজুৰ বিৰুদ্ধে। নগাঁও শিয়ালমাৰিৰ ঈদুল চান্দ নামৰ এজনৰ পৰা এখন ই-ৰিক্সা সহিতে ১০হাজাৰ টকা লুটি নিয়াৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
kokkdd
  • নগাঁও কদমতলত ডকাইতিৰ ঘটনা।
  • ডকাইতিৰ অভিযোগ কদমতলৰ ড্ৰাগছ মাফিয়া ৰাজুৰ বিৰুদ্ধে।
  • নগাঁও শিয়ালমাৰিৰ ঈদুল চান্দ নামৰ এজনৰ পৰা এখন ই-ৰিক্সা সহিতে ১০হাজাৰ টকা লুটি নিয়াৰ অভিযোগ।
  • পূৰ্বতেও বহু এনে অপৰাধ জনিত ঘটনা সংঘটিত কৰি সমগ্ৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই ৰাজুয়ে।
  • ভিডিপি কৰ্মী আব্দুৰ ৰহমান নামৰ এজনৰ আশীৰ্বাদ পুষ্ট হৈ অঞ্চলটোত ৰাজুয়ে বিভিন্ন অনৈতিক কামত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।
  • ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত সদৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।
নগাওঁ নগাওঁ আৰক্ষী জিলা উপায়ুক্ত নগাওঁ