New Update
/asomiyapratidin/media/media_files/2025/10/26/ffff-2025-10-26-09-34-56.jpg)
- নগাঁৱত উদ্ধাৰ ১৫ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/26/04398e63-cf90-4ddb-b2e7-4f10e3ada9ce-2025-10-26-09-35-45.jpg)
- নগাঁও চহৰৰ কাষৰীয়া বৰভেটীৰ স্বতীষ দাসৰ ঘৰত শনিবাৰে নিশা গৃহস্থে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰটো।
- পিছত জিলা খনৰ এটা বেচৰকাৰী উদ্ধাৰ কাৰী দলে কেইবা ঘন্টা চেষ্টাৰ ফলত ১৫ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰটো উদ্ধাৰ কৰি বন বিভাগত চমজাই দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/26/305cbf1a-e15f-4fea-b9e9-503f1bde75af-2025-10-26-09-35-57.jpg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us