New Update
/asomiyapratidin/media/media_files/2025/02/23/VntQ2ArwvpcPvBEsrJCi.jpg)
- বিশিষ্ট সাহিত্যিক ডঃ.নগেন শইকীয়াৰ সহধৰ্মিনী লাৱণ্য শইকীয়াৰ দেহাৱসান।
- দেওবাৰে পুৱা প্ৰায় ৭-৪৫ত দেহাৱসান হয় শইকীয়াৰ।
- দীৰ্ঘদিন ডিব্ৰুগড়ত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ।
- লাৱণ্য শইকীয়া "নগেন শইকীয়া স্বাৰচত ন্যাস পৰিষদৰ" মূল দাতা আছিল।
- তেখেতৰ মৃত্যুত ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পৰিছে।
- অসম জাতীয় পৰিষদৰ লগতে ভিন্ন দল-সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।