/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-06/j896i6rx/10.jpg)
-
প্ৰাক্তন মন্ত্ৰী নগেন নেওগ হত্যাকাণ্ড গোচৰত অভিযোগ মুক্ত হ'ল অমৰ সিং
-
উচ্চতম ন্যায়ালয়ত এই গোচৰৰ সন্দৰ্ভত চিবিআয়ে দাখিল কৰিছিল আৱেদন
-
উচ্চ ন্যায়ালয়ে এই গোচৰত প্ৰথমে দোষমুক্ত কৰিছিল অমৰ সিং ওৰফে অৰূপ কোঁৱৰক
-
উচ্চ ন্য়ায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে চিবিআই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ
-
কিছু দিনৰ পূৰ্বে চিবিআয়ে আটক কৰিছিল অমৰ সিঙক
-
অৱশ্যে পিছদিনাই ন্যায়ালয়ে তেওঁক মুকলি কৰি দিছিল জামিনত
-
তাৰপাছতে উচ্চতম ন্যায়ালয়ৰ এই গোচৰৰ শুনানিত সো শৰীৰে উপস্থিত হৈছিল অমৰ সিং
-
বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে ৰায়
-
ৰায়ত ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে প্ৰাক্তন আলফা সদস্য গৰাকীক
-
উল্লেখযোগ্য যে, নগেন নেওগ বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ স্বামী