নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । শুকুৰবাৰে পুৱা নগাঁও মৰিকলং আৰক্ষীয়ে নাজিৰাজানৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
467

ডিজিটেল সংবাদ, নগাঁও : নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । শুকুৰবাৰে পুৱা নগাঁও মৰিকলং আৰক্ষীয়ে নাজিৰাজানৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীজন ফৈদজাৰিপট্টিৰ ইছলাম মল্লিক। ধৃত ইছলামৰ পৰা ১২ টা হিৰইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি ।

নগাঁও