টকাৰ লোভ! যমজ সন্তানৰ এটিক বিক্রী, আনটোক পুতি থোৱাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে

এগৰাকী মাতৃয়ে জন্ম দিয়া যমজ সন্তানৰ এটি ১০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ বিপৰীতে আন এটি নৱজাতক পুতি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ঘটনা সংঘটিত কৰা মহিলা গৰাকীৰ নাম ফাতেমা বেগম বেগম বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
েিেি
  • নগাঁৱৰ বেঙেনাআটি গান্ধীনগৰত উত্তপ্ত পৰিস্থিতি
  • যমজ সন্তানৰ এটিক বিক্রী আনটোক পুতি থোৱাৰ অভিযোগ মাতৃগৰাকীৰ বিৰুদ্ধে
  • এটি নৱজাতকক ১০ হাজাৰ টকাত বিক্রী
  • আনটো নৱজাতকক পুতি থোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ
  • অভিযুক্ত মহিলাগৰাকীৰ নাম তাজনুৰ বেগম
  • ৰাইজৰ তৎপৰতাত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত
  • মহিলাগৰাকী গান্ধী নগৰৰ আলী উপাধিৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল
নগাঁও