নিজ বাসগৃহতেই মহিলাক দাৰে ঘপিয়াই হত্যা

নগাঁও হৰিজন কলনিত নৃশংস হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
মেৰাপানীত আৰক্ষীৰ গুলীচালনা

নগাঁও হৰিজন কলনিত নৃশংস হত্যাকাণ্ড।

ঘৰতে এগৰাকী মহিলাক দাৰে ঘপিয়াই হত্যা দুৰ্বৃত্তৰ।

দেওবাৰে সন্ধিয়া সংঘটিত হয় এই হত্যাকাণ্ড।

তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ।

মৃত মহিলাগৰাকীৰ নাম ৰুবী দত্ত।

ঘটনা সংঘটিত সময়ত নাছিল মহিলাগৰাকীৰ স্বামী ৰাজু দত্ত।

কিহৰ বাবে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰক্ষীৰ তদন্ত আৰম্ভ।

nagaon murder assam