/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b05c83f5-0233-4dfc-9547-7afa4cd70f6d/nasoni.jpg)
nagaon drama academy
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ মাজ মজিয়াত অৱস্থিত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অগ্ৰণী নৃত্য সংঙ্গীত শৈলী একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে সন্ধিয়া উলহ মালহেৰে উদযাপন কৰে।
সেই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে নাট্যকাৰ ,পৰিচালক, অভিনেতা, শিক্ষাবিদ সপোনটি বৰদলৈ, প্ৰতিষ্ঠানৰ অধীক্ষা মম্পি শ্বাহৰ লগতে নগাঁৱৰ বিশিষ্ট ব্যক্তি সকলৰ ওপৰিও সাংস্কৃতিক জগতৰ বহুতো গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।