/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-14-23-01.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে চলায় গৈছে অভিযান। সমান্তৰালভাৱে গোপন খবৰৰ ভিত্তিত নগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে গোৱা আৰক্ষীয়ে চলাইছে অভিযান। পাঁচ দিন ধৰি চলোৱা অভিযানৰ অন্তত আটক কৰিছে চাইবাৰ অপৰাধৰ লগত জড়িত দুজন লোকক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-14-24-46.jpg)
ধৃত অপৰাধী কেইটা শিমলুগুৰিৰ য়েষ্মিনা আহমেদ আৰু ইটাপাৰাৰ আচ্ছাদুল ইছলাম বুলি জানিব পৰা গৈছে। ইপিনে আটক কৰা অপৰাধী দুটাক আদালতত হাজিৰ কৰি অধিক তথ্যৰ বাবে গোৱা আৰক্ষীয়ে লৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us