New Update
/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-15-34-56.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হয়। ৪ জন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ জুই লগাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/capturerytu56eyreew-2026-01-10-15-33-53.jpg)
উল্লেখযোগ্য যে, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ইপিনে বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন।স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহনখন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2-2026-01-10-15-34-24.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us