New Update
/asomiyapratidin/media/media_files/2025/12/19/new-ap-web-6-8-2025-12-19-21-25-39.jpg)
ডিজিটেল ডেস্কঃ নগাঁও সদৰ আৰক্ষীৰ বৃহৎ সফলতা। চাইবাৰ ক্ৰাইমৰ লগত জড়িত দুজন লোকক আটক। নগাঁৱৰ চলচলিৰ পৰা আটক কৰে আছাদুল ইছলাম আৰু এগৰাকী মহিলাক।
/asomiyapratidin/media/post_attachments/1007a1cc-36d.png)
উল্লেখ্য যে দুজন লোকৰ পৰা ৩৫৮ টা চিম কাৰ্ড ৮ টা মোবাইল ফোন আৰু এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বহিঃৰাজ্যৰ লোকৰ লগত সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/a6cba949-2b5.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us