New Update
/asomiyapratidin/media/media_files/2026/03/02/nagaonnn-2026-03-02-23-00-52.jpg)
- দৌল যাত্রা উপলক্ষে নগাঁও জিলাত স্থানীয় বন্ধ ঘোষণা
- ৪ মাৰ্চত নগাঁৱত স্থানীয় বন্ধ ঘোষণা জিলা প্রশাসনৰ
- এক নিৰ্দেশনাযোগে এই কথা জনালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
- অৱশ্যে পৰীক্ষা সম্পৰ্কীয় দায়িত্বত থকা শিক্ষকসকলৰ বাবে প্রযোজ্য নহ’ব এই নিৰ্দেশনা
- লগতে জৰুৰীকালীন সেৱাত জড়িত বিষয়া-কৰ্মচাৰীৰ বাবেও প্রযোজ্য নহ’ব এই নিৰ্দেশনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us