New Update
/asomiyapratidin/media/media_files/2026/01/18/nagaonaccident-2026-01-18-18-01-36.jpg)
- নগাঁৱৰ পুৰণিগুদামৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
- ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিলে নগাঁৱৰ দিশৰ পৰা অহা এখন মটৰ চাইকেলে।
- দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে নিহত এজন মটৰ চাইকেল আৰোহী।
- দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত।
- আহতজনক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ।
- দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল খনৰ নম্বৰ AS12AJ1989
- ৰখাই থোৱা ট্ৰাকখনৰ নম্বৰ AS25FC0893
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে চামগুৰি আৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us