বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা...

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ৬ জনকৈ যাত্ৰী

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু

প্ৰতীকী ফটো

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও বৰঘাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এ এছ ০২ এ এইছ ১৪০৪ নম্বৰৰ গাড়ীখনে নগাঁও চহৰৰ পৰা আহি থকা এ এছ ০২ ই আৰ ৪৯০৭ নম্বৰৰ ই-ৰিক্সাখনত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ৬ জনকৈ যাত্ৰী ৷

Advertisment

আহত সকলৰ ভিতৰত এজন যাত্ৰীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত লোককেইজন ক্ৰমে ৰিন্টুমণি বৰা, কমল বৰা,কাৰ্তিক বৰা,জোনালী বৰা, লিপি বৰা আৰু পুৰৱী বৰা ৷

nagaon police accident nagaon