গোসাঁইগাঁৱৰ জলেশ্বৰী গাঁৱত হত্যাকাণ্ড...

পুৱা স্থানীয় ৰাইজে মহিলাগৰাকীৰ মৃতদেহ প্রত্যক্ষ কৰি অৱগত কৰে আৰক্ষীক।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...
  • গোসাঁইগাঁৱৰ জলেশ্বৰী গাঁৱত হত্যাকাণ্ড।
  • চাৰি সন্তানৰ মাতৃক হানি-খুঁচি হত্যা।
  • মৃত মহিলাগৰাকীৰ নাম দুলাৰ হাছদা বুলি চিনাক্ত।
  • শনিবাৰে নিশা সংঘটিত এই হত্যাকাণ্ড।
  • পুৱা স্থানীয় ৰাইজে মহিলাগৰাকীৰ মৃতদেহ প্রত্যক্ষ কৰি অৱগত কৰে আৰক্ষীক।
  • ঘটনাৰ সৈতে জড়িত গাঁওখনৰে দুজন লোকক আটক আৰক্ষীৰ।
  • ধৃতদ্বয় লক্ষ্মীৰাম মূৰ্মু, মংগল মূৰ্মুক জেৰা অব্যাহত।
Assam police