পৰকীয়া প্রেমৰ বাবেই এজনক হত্যা কৰি উটুৱাই দিলে নদীত

বৃহস্পতিবাৰে বাক্সাৰ শালবাৰীৰ চূণবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ চচলত গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা মৃত যুৱকজনক চিনাক্ত...

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে বাক্সাৰ শালবাৰীৰ চূণবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্রেমৰ বাবেই এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

জামাল উদ্দিন নামৰ লোকজনক হত্যা কৰি উটুৱাই দিলে বেঁকী নৈত। লোকজনৰ পত্নী জয়গন নেছা, শ্বাহাদত আলীৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে ।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে লগতে মৃতদেহ বিচাৰি বেঁকী নৈত SDRFৰ অভিযান আৰম্ভ কৰিছে।

assam murder crime Assam police