সোনমতকৈ নৃশংসতাৰে স্বামীক হত্যা কৰিলে ৰাধিকাই! চাওক PHOTOS...

সোনম ৰঘূবংশীৰ কৰ্মকাণ্ডক লৈ দেশজুৰি তীব্ৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ পুনৰ অনুৰূপ এক ঘটনা সংঘটিত হৈছে। বিয়াৰ তিনি মাহৰ পাছতে স্বামীক কুঠাৰেৰে আক্ৰমণ

New Update
RADHUKA

ডিজিটেল ডেস্কঃ সোনম ৰঘূবংশীৰ কৰ্মকাণ্ডক লৈ দেশজুৰি তীব্ৰ চৰ্চাৰ মাজতে শেহতীয়াকৈ পুনৰ অনুৰূপ এক ঘটনা সংঘটিত হৈছে। বিয়াৰ তিনি মাহৰ পাছতে স্বামীক কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰিলে পত্নীয়ে। ৰাধিকা লোখণ্ডে নামৰ নৱবিবাহিতা গৰাকীয়ে বিয়াৰ তিনিমাহৰ পাছতে হত্যা কৰিলে স্বামী অনিল লোখণ্ডেক।

Advertisment

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰ সাংলীত। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে, স্বামী শুই থকা সময়তে পত্নীয়ে কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰে স্বামী অনিলক। বৰ্তমান মহাৰাষ্ট্ৰ আৰক্ষীৰ জিম্মাত আছে স্বামীহন্তা ৰাধিকা। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাক লৈ কোনো তথ্য ৰাজহুৱা কৰা নাই। তদন্ত শেষ হলেই এইন হত্যাকাণ্ডৰ আৰৰ কাৰন অৱগত কৰা হব বুলি সদৰি কৰিছে আৰক্ষীয়ে।

ৰাজা ৰঘূবংশীৰ হত্যাকাণ্ড চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে মহাৰাষ্ট্ৰ অনিল হত্যাকাণ্ডইও বিশেষ চৰ্চা লাভ কৰিছে। অনিলৰ পৰিয়ালে হত্যাকাৰী ৰাধিকাক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে। 

be53038b-a12a-4a35-aba7-639ec7cd64e7

 

 

 

 

 

মহাৰাষ্ট্ৰ