গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানি

গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণৰ উদ্দেশ্যে আহিছে মুকেশ আম্বানি। বিমান বন্দৰত বিহু নৃত্য পৰিৱেশনেৰে উদ্যোগপতিগৰাকীক আদৰণি জনালে শিল্পীসকলে...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানি

গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানি

  • গুৱাহাটীত উপস্থিত ৰিলায়েন্স ইণ্ডিয়াষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানি।
  • মঙলবাৰে পুৱা প্ৰায় ১০-০০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় আম্বানি।
  • গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণৰ উদ্দেশ্যে আহিছে মুকেশ আম্বানি।
  • বিমান বন্দৰত বিহু নৃত্য পৰিৱেশনেৰে উদ্যোগপতিগৰাকীক আদৰণি জনালে শিল্পীসকলে।
  • তাৰোপৰি এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে অহা আম্বানিক উষ্ম আদৰণী মন্ত্ৰী পীযুষ হাজৰিকাৰ।
  • এডভাণ্টেজ আছামৰ বৈঠকত ভাগ ল'ব মুকেশ আম্বানিৰ উপৰি গৌতম আদানিৰ দৰে উদ্যোগপতিসকলে।
Advertisment
গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানি
গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানি

 

এডভাণ্টেজ আছাম ২.০ pijush hazarika