অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বটদ্ৰৱাৰ মৃনাল কলিতাৰ সফলতা

বটদ্ৰৱা বৰহিছা গাঁৱৰ পিতৃ উমেশ কলিতা, মাতৃ অঞ্জু কলিতাৰ পুত্ৰ মৃনাল কলিতাৰ এই সফলতাত বটদ্ৰৱাৰ বিভিন্নজনে শুভেচ্ছা জনাইছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ চূড়ান্ত বাচনি পৰীক্ষাত বটদ্ৰৱাৰ মৃনাল কলিতাই লাভ কৰিছে বিশেষ সফলতা। অসম লোকসেৱা আয়োগৰ দ্বাৰা শুক্ৰবাৰে ঘোষণা কৰা ফলাফলত মৃণাল কলিতাই লাভ কৰিছে ষষ্ঠ স্থান ।

বটদ্ৰৱা বৰহিছা গাঁৱৰ পিতৃ উমেশ কলিতা, মাতৃ অঞ্জু কলিতাৰ পুত্ৰ মৃনাল কলিতাৰ এই সফলতাত বটদ্ৰৱাৰ বিভিন্নজনে শুভেচ্ছা জনাইছে।

বটদ্ৰৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষা