New Update
/asomiyapratidin/media/media_files/2025/05/28/BCEwVxAyu5UNQsEcqHEq.jpg)
মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ
- পাকিস্তান ভ্রমণৰ কথা স্বীকাৰ সাংসদ গৌৰৱ গগৈৰ
- ‘মোৰ পত্নী ২০১১ চনত এবছৰৰ বাবে পাকিস্তানত আছিল’
- ‘এটা এনজিঅ’ত কাম কৰিছিল তেওঁ’
- ‘ভাৰতত থাকি সেই এনজিঅ’টোত ২০১৫ চনলৈকে কাম কৰিছিল’
- ‘মই ভাৰত চৰকাৰৰ নীতি–নিয়ম অনুসৰি এই ভ্রমণ কৰিছিলো’
- পত্নী-সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয় বুলি উল্লেখ
- দিল্লীত সংবাদমেলযোগে মন্তব্য সাংসদগৰাকীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us