Advertisment

ডিব্ৰুগড়ৰ আৰক্ষী চাউনীত নিহত হোৱা মাধৱ চুতীয়াৰ ঘৰত সাংসদ গৌৰৱ গগৈ..

ডিব্ৰুগড় জিলা আৰক্ষী চাউনীত ছাৰ্ভিচ বন্দুক পৰিস্কাৰ কৰি থকা অৱস্থাত আকস্মিকভাৱে বন্দুকৰ গুলী বুকু ভেদি মৃত্যু হোৱা বৰহোলা ৰাংচালি গাঁৱৰ নিবাসী তথা আৰক্ষী জোৱান প্ৰয়াত মাধৱ চুতীয়াৰ বাসগৃহত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ   ডিব্ৰুগড় জিলা আৰক্ষী চাউনীত ছাৰ্ভিচ বন্দুক পৰিস্কাৰ কৰি থকা অৱস্থাত আকস্মিকভাৱে বন্দুকৰ গুলী বুকু ভেদি মৃত্যু হোৱা বৰহোলা ৰাংচালি গাঁৱৰ নিবাসী তথা আৰক্ষী জোৱান প্ৰয়াত মাধৱ চুতীয়াৰ বাসগৃহত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ৷

Advertisment

সাংসদ জনৰ লগত উপস্থিত থাকে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা৷নিহত জোৱান জনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে দুয়োগৰাকী নেতাই ।

ডিব্ৰুগড় গৌৰৱ গগৈ