Advertisment

মৌ মাখিৰ আতংক, বিদ্যালয়লৈ যাব পৰা নাই শিক্ষাৰ্থী...

মৌ-মাখিৰ আতংক! মৌ মাখিৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাট গাঁৱৰ গাওঁবাসী। বিদ্যালয়ৰ কণ কণ শিক্ষৰ্থী আহত হৈছে মৌ-মাখিৰ আক্ৰমণত। কেৱল শিক্ষৰ্থী বা গাওঁবাসীয়ে নহয়, পশুধন পৰ্যন্তও মৌ মাখিৰ আক্ৰমণৰ সন্মুখীন হব লগা হৈছে।

author-image
Asomiya Pratidin
New Update
মৌ-মাখিৰ আতংক

মৌ-মাখিৰ আতংক Photograph: (মৌ-মাখিৰ আতংক)

ডিজিটেল সংবাদ, খেৰণিঃ মৌ-মাখিৰ আতংক! মৌ মাখিৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাট গাঁৱৰ গাওঁবাসী। বিদ্যালয়ৰ কণ কণ শিক্ষৰ্থী আহত হৈছে মৌ-মাখিৰ আক্ৰমণত। কেৱল শিক্ষৰ্থী বা গাওঁবাসীয়ে নহয়, পশুধন পৰ্যন্তও মৌ মাখিৰ আক্ৰমণৰ সন্মুখীন হব লগা হৈছে।

Advertisment

পৰিপ্ৰেক্ষিতত নিম গছ, নাৰিকল গছ আদিত লমা-লমে ওলমি থকা মৌ-মাখিৰ জাকক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে এতিয়া শিক্ষাৰ্থী আৰু অঞ্চলটোৰ অঞ্চলবাসী। সূদীর্ঘ দিন ধৰি ইজোপা গছৰ পৰা সিজোপা গছলৈ স্থান সলনি কৰি মৌ মাখিৰ জাকবোৰে মৌচাক সাজি অৱস্থান কৰি থকা পৰিলক্ষিত হৈছে অঞ্চলটোত। 

কাৰ্বি আংলং