হাতে লোতে ধৰা পৰিল মটৰ চাইকেল চোৰ

মৰিগাঁও চহৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত ৰাইজে হাতে লোতে ধৰি উত্তম মাধ্যম দিলে এটা মটৰ চাইকেল চোৰক। চোৰটোৱে ৰঘু দাস নামৰ ব্যৱসায়ী জনৰ মটৰ চাইকেল খনৰ লক ভাঙি নিবলৈ লওঁতে হাতে লোতে কৰায়ত্ত কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
 ধৰা পৰিল মটৰ চাইকেল চোৰ

ধৰা পৰিল মটৰ চাইকেল চোৰ

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও চহৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত ৰাইজে হাতে লোতে ধৰি উত্তম মাধ্যম দিলে এটা মটৰ চাইকেল চোৰক। চোৰটোৱে ৰঘু দাস নামৰ ব্যৱসায়ী জনৰ মটৰ চাইকেল খনৰ লক ভাঙি নিবলৈ লওঁতে হাতে লোতে কৰায়ত্ত কৰে।

Advertisment

ইয়াৰ পাছতে চোৰটোক কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়ে আৰু মৰিগাঁও আৰক্ষীক গতাই দিয়ে ৰাইজে। মটৰচাইকেল চোৰটো নগাঁও চিলঙনীৰ মানিক আলী বুলি জানিব পৰা হৈছে।

চোৰ মৰিগাঁও বাইক চোৰ