সামান্য কথাতে মাতৃয়ে ঘপিয়ালে পুত্ৰক, গ্ৰেপ্তাৰ

নাৰায়ণপুৰৰ নিমুৰীত মাতৃয়ে ঘপিয়ালে পুত্রক।
সামান্য কথাতে মাতৃয়ে ঘপিয়ালে পুত্ৰক, গ্ৰেপ্তাৰ
  • নাৰায়ণপুৰৰ নিমুৰীত মাতৃয়ে ঘপিয়ালে পুত্রক।

  • সৰ্বশৰীৰত আঘাতপ্রাপ্ত পুত্র প্রণৱ বৰা।

  • পুত্রই বাৰীৰ বাঁহ কেইডালমান কাটি বিক্রী কৰাৰ অপৰাধতে এই ঘটনা।

  • অভিযুক্ত মহিলাগৰাকীৰ নাম দিনেশ্বৰী বৰা।

  • আঘাতপ্রাপ্ত প্রণৱ বৰাক বিশ্বনাথ চাৰিআলিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন।

  • প্রণৱৰ পত্নী জোনালীৰ এজাহাৰৰ ভিত্তিত মাতৃক গ্রেপ্তাৰ।

  • সম্প্রতি অভিযুক্ত দিনেশ্বৰী বৰাক জে’ল হাজোতলৈ প্রেৰণ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in