/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4e1ab308-e606-4dfb-bc0d-cc18479bd3d3/download.jpg)
-
নাৰায়ণপুৰৰ নিমুৰীত মাতৃয়ে ঘপিয়ালে পুত্রক।
-
সৰ্বশৰীৰত আঘাতপ্রাপ্ত পুত্র প্রণৱ বৰা।
-
পুত্রই বাৰীৰ বাঁহ কেইডালমান কাটি বিক্রী কৰাৰ অপৰাধতে এই ঘটনা।
-
অভিযুক্ত মহিলাগৰাকীৰ নাম দিনেশ্বৰী বৰা।
-
আঘাতপ্রাপ্ত প্রণৱ বৰাক বিশ্বনাথ চাৰিআলিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন।
-
প্রণৱৰ পত্নী জোনালীৰ এজাহাৰৰ ভিত্তিত মাতৃক গ্রেপ্তাৰ।
-
সম্প্রতি অভিযুক্ত দিনেশ্বৰী বৰাক জে’ল হাজোতলৈ প্রেৰণ।