বিশ্বৰ ১০ প্ৰদূষিত মহানগৰীৰ তালিকাত ভাৰতৰ দিল্লী আৰু কলকাতা…

বিশ্বৰ ১০ প্ৰদূষিত মহানগৰীৰ তালিকাত ভাৰতৰ দিল্লী আৰু কলকাতা…

author-image
asomiyapratidin
New Update
দেশৰ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৯ খন এখন ৰাজ্যৰেই...

ডিজিটেল ডেস্কঃ ক্ৰমাৎ বৃ্দ্ধি পাইছে পৰিৱেশ প্ৰদূষণ।আমেৰিকাৰ হেলথ এফেক্ট ইনষ্টিটিউটে চলোৱা সমীক্ষাত ওলাইছে এক ভয়ংকৰ তথ্য।সেই তথ্য অনুসৰি বিশ্বৰ একাংশ মহানগৰীৰ লগতে ব্যাপক হাৰত প্ৰদূষণ বৃদ্ধি পাইছে ভাৰতৰ ৰাজধানী আৰু কলকাতা মহানগৰীত।

Advertisment

উল্লেখ্য যে, ইনষ্টিটিউটোৰ ভয়ংকৰ তথ্য মতে প্ৰদূষণৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ১০ মহানগৰীৰ ভিতৰত স্থান পাইছে দিল্লী আৰু কলকাতাই।অন্যহাতে ৰাছিয়া,মস্কো আৰু চীন সৰ্বাধিক প্ৰদূষিত দেশ।

pollution india kolkata environment delhi