মৰিয়নিত বিজেপিৰ যোগদান কাৰ্যসূচী

মৰিয়নিৰ হোনোৱাল চাহ বাগিছাত অনুষ্ঠিত হয় বিজেপি বিশাল যোগদান কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুই শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে বিজেপি দলত।

author-image
Asomiya Pratidin
New Update
   xccxcx

ডিজিটেল  সংবাদ,মৰিয়নি:  পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিজ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল।মৰিয়নিৰ হোনোৱাল চাহ বাগিছাত অনুষ্ঠিত হয় বিজেপি বিশাল যোগদান কাৰ্যসূচী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুই শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে বিজেপি দলত। যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিকৰ সভাপতি প্ৰিয়াংশু বৰুৱাৰ নেতৃত্বত যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মীয়ে যোগদান কৰে গেৰুৱা দলত।

মৰিয়নি