মৰিয়নিত মৰ্মান্তিক ঘটনাঃ পিতৃয়ে কুঁৱালৈ দলিয়ালে ৩মহীয়া সন্তানক...

মৰিয়নিৰ চেলেংহাটত মৰ্মান্তিক ঘটনা পিতৃয়ে কুঁৱালৈ নিক্ষেপ কৰিলে ৩মহীয়া সন্তানক ডালিম চাহ বাগিচাৰ টেকলা লাইনত সংঘটিত এই ঘটনা পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ অমৰ বৰাইক নামৰ লোকজনৰ এই কাণ্ড

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...
  • মৰিয়নিৰ চেলেংহাটত মৰ্মান্তিক ঘটনা
  • পিতৃয়ে কুঁৱালৈ নিক্ষেপ কৰিলে ৩মহীয়া সন্তানক
  • ডালিম চাহ বাগিচাৰ টেকলা লাইনত সংঘটিত এই ঘটনা
  • পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ অমৰ বৰাইক নামৰ লোকজনৰ এই কাণ্ড
  • সুৰামত্ত অৱস্থাত মাতৃৰ কোলাৰ পৰা আঁজুৰি আনি কুঁৱালৈ নিক্ষেপ কৰে সন্তানক
  • আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে অমৰ বৰাইকক
মৰিয়নি