মৰিকলঙত মৃতদেহ উদ্ধাৰ...

মৰিকলঙত মৃতদেহ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল সংবাদ, বেবেজীয়াঃ যোৱা শুকুৰবাৰে বিয়লি নগাঁও চহৰৰ মৰিকলং বিষ্ণুনগৰৰ ৰেলপথৰ দাতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত মৰিকলং আৰক্ষী চকীৰ আৰক্ষী আৰু ৰেল আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Advertisment

পিছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আৰক্ষীয়ে প্ৰেৰণ কৰে।কি পৰিস্থিতিত কেনৈকৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হল সেয়া জানিব পৰা হোৱা নাই। বাতৰি লিখা সময়লৈকে মৃত যুৱকজনৰ পৰিচয় জানিব পৰা নাই ।

মৰিকলং