/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-12-38-24.jpg)
ডিজিটেল ডেস্কঃ মৰিগাঁও আৰক্ষীৰ বৃহৎ ৰদবদল ।কেইবাগৰাকীও আৰক্ষী বিষয়াক বিভিন্ন স্থানলৈ বদলি কৰা হয় লগতে নৱ নিযুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে কৰে এই ৰদবদল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-10-36-14.jpeg)
উল্লেখ্য যে,একেখন থানাত তিনিবছৰতকৈ অধিক সময় নিয়োজিত হৈ থকা ১৫ জন HC, LNK, UBC আৰু WPC ক বদলি কৰিলে আৰক্ষী অধীক্ষকজনে। ইপিনে মৰিগাঁও জিলালৈ নতুনকৈ বদলি হৈ অহা ৯ জন উপ-পৰিদৰ্শকক নতুন স্থানত নিযুক্তি প্ৰদান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/download-3-2025-11-28-10-36-37.jpeg)
তাৰোপৰি এই নিযুক্তি প্ৰদান কৰিছে জেষ্ঠ্য আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/vbk-assam-police-x-video_assampolice-2025-11-28-10-37-00.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us