New Update
/asomiyapratidin/media/media_files/2025/12/08/ammmdd-2025-12-08-09-59-04.jpg)
- মৰিগাঁও ধৰমতুলৰ ভলুকাগুৰিত শোকাৱহ ঘটনা।
- বিদ্যুতৰ তাঁৰত লাগি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ মৃত্যু।
- আমচৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল এটা বনৰীয়া হাতীৰ জাক।
- হাতীৰ জাকটোৱে ধাননি পথাৰত বিচৰণ কৰি থকাৰ সময়ত পথাৰৰ মাজেৰে যোৱা বিদ্যুতৰ তাৰত লাগি এটা বয়সস্থ হাতীৰ মৃত্যু হয়।
- নিশা প্ৰায় ১ মান বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব দিছে স্থানীয় ৰাইজে।
- হাতীৰ জাকটোৱে বিদ্যুৎৰ খুঁটা ভাঙি দিয়াৰ ফলত হাতীটো বিদ্যুতস্পৃষ্ঠ হোৱাৰ সন্দেহ কৰিছে বন বিভাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us