মৰিগাঁও আৰক্ষীৰ সাফল্য : বিহপুৰীয়াৰ পৰা নকল সোণৰ বেপাৰীক আটক

মৰিগাঁও আৰক্ষীয়ে লক্ষীমপুৰৰ বিহপুৰীয়া ২নং চুনাপুৰৰ পৰা কৰায়ত্ত কৰিছে এজন নকল সোণৰ বেপাৰীক।

author-image
Asomiya Pratidin
New Update
মৰিগাঁও আৰক্ষীৰ সাফল্য : বিহপুৰীয়াৰ পৰা নকল সোণৰ বেপাৰীক আটক

মৰিগাঁও আৰক্ষীৰ সাফল্য : বিহপুৰীয়াৰ পৰা নকল সোণৰ বেপাৰীক আটক

  • মৰিগাঁও আৰক্ষীয়ে লক্ষীমপুৰৰ বিহপুৰীয়া ২নং চুনাপুৰৰ পৰা কৰায়ত্ত কৰিছে এজন নকল সোণৰ বেপাৰীক।
  • ১১ মাৰ্চত মৰিগাঁৱৰ আমোলাপতিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আন এগৰাকী নকল সোণৰ বেপাৰী আবু হনিফাক। 
  • আবু হানিফাৰ সৈতে জড়িত থকা অভিযোগত আটক কৰা বেপাৰীটোৰ নাম আইনুদ্দিন।
  • বৃহস্পতিবাৰে লক্ষীমপুৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰে আইনুদ্দিনক।
  • উল্লেখ্য যে আবু হানিফা আৰু আইনুদ্দিনে পূৰ্বেও দুবাৰ নকল সোণ বিক্ৰী কৰিছিল মৰিগাঁৱৰ দুটা স্থানত।
Assam police morigaon police