মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

দুৰ্ঘটনাত বিধায়কগৰাকীৰ বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে কথমপি ৰক্ষা পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীসহ তেওঁৰ নিৰাপত্তাৰক্ষী। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। যোৰহাট মৰিয়নিৰ পুখুৰীয়াত নিশা দুৰ্ঘটনাগ্ৰস্ত হয় বিধায়কগৰাকীৰ বাহনখন।

WhatsApp Image 2026-01-07 at 10.00.18 AM

উল্লেখ্য যে, এহাল ম’হক খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকীৰ বাহনখন। ইপিনে দুৰ্ঘটনাত বিধায়কগৰাকীৰ বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে কথমপি ৰক্ষা পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীসহ তেওঁৰ নিৰাপত্তাৰক্ষী। 

WhatsApp Image 2026-01-07 at 10.00.28 AM

ৰূপজ্যোতি কুৰ্মী