শান্ত হোৱা নাই মণিপুৰ; নিশা বিদ্রোহীৰ গুলীত নিহত...

শান্ত হোৱা নাই মণিপুৰ। দেওবাৰে পুৱাই পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

author-image
Asomiya Pratidin
New Update
ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : শান্ত হোৱা নাই মণিপুৰ। দেওবাৰে পুৱাই পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষই সময়ৰ গতিত পৰিস্থিতি অধিক বেয়ালৈ পৰিণত কৰিছে।

Advertisment

ঘটনাক্ৰমে দেওবাৰেও সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ লাইনগৌপীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। নিশা বিদ্রোহীৰ গুলীত নিহত হয় ৩জনকৈ লোক। নিহত আটাইকেইজন মেটে সম্প্রদায়ৰ।

আৰু এই ঘটনাৰ পিছতে এখন কুকি গাঁৱত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে উত্তেজিত ৰাইজে। এখন নৈয়ে বিভক্ত কৰা দুখন গাঁৱৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হৈছে। যাৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি।

manipur