New Update
/asomiyapratidin/media/media_files/2026/02/06/kddkkd-2026-02-06-08-54-37.jpg)
- চৰকাৰ গঠনৰ পাছতে মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি।
- উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ।
- উল্লেখ্য যে, উপমুখ্যমন্ত্ৰীগৰাকীয়ে ভয়তে নতুন দিল্লীৰ পৰাই লৈছিল শপত।
- তাৰ পিছতে ভিতৰি ভিতৰি বৃদ্ধি পায় উত্তেজনা।
- চূৰাচান্দপুৰত কুকি প্ৰতিবাদকাৰীৰ ৰাজপথ অৱৰোধ।
- ৰাজপথত অগ্নিসংযোগ কৰি অৱৰোধ নিৰাপত্তাৰক্ষীৰ বাহন।
- নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ।
- প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ।
- নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত আহত কেইবাজনো লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us