হিংসাজৰ্জৰ মণিপুৰত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

হিংসাজৰ্জৰ মণিপুৰত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
হিংসাজৰ্জৰ মণিপুৰত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

ডিজিটেল সংবাদ, শিলচৰ: হিংসাজৰ্জৰ মণিপুৰত অবৈধ‌ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। চান্দেল আৰু পূব ইম্ফল জিলাৰ ক্ৰমে গুঞ্জিল আৰু চানুঙ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে।

Advertisment

অভিযান কালত এটা পিস্তল, এটা হেণ্ড গ্ৰেনেড,এটা গ্ৰেনেড ইগনিটৰ,৩টা মৰ্টাৰ এটা চিংগল বেৰেল গান, এটা SLR মেগজিন, এটা পম্পি, ২৪ টা সতেজ গুলিসহ বহুতো আপত্তি জনক সামগ্ৰী জব্দ কৰা হয়।

মণিপুৰ