২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ প্ৰধানমন্ত্ৰী মোডী…

২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ প্ৰধানমন্ত্ৰী মোডী…

author-image
asomiyapratidin
New Update
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে বিশেষ মন্তব্য…

ডিজিটেল ডেস্ক: ডিব্ৰুগড় অসম মেডিকেল কলেজ চৌহদত টাটা ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নিৰ্মাণ হোৱা কেন্সাৰ হস্পাতালখনৰ লগতে আন ৬ খন কেন্সাৰ হস্পতাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৮ এপ্ৰিলত ৰাইজৰ সেৱাৰ বাবে অৰ্পন কৰিব।

Advertisment

দেওবাৰে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ত নিৰ্মাণ হৈ থকা কেন্সাৰ হস্পতালৰ নিৰ্মাণৰ অৱস্থাৰ বুজ লৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যৰ ৮ খন স্থানত নিৰ্মাণ হ'ব লগীয়া কেন্সাৰ হস্পাতালৰো শিলন্যাস কৰিব।

আৰু পঢ়ক: সৰুপথাৰত পিষ্টলসহ আটক এজন…

নগাঁৱৰ চমুৱাগাঁৱত শংকৰদেৱ চিত্ৰ কলা বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাৰ সামৰণি…

assam himanta biswa sarma narendra modi