মধ্যপ্ৰাচ্যৰ যুদ্ধ সন্দৰ্ভত ৩ ঘণ্টা ধৰি CCSৰ গুৰুত্বপূৰ্ণ বৈঠক

মধ্যপ্ৰাচ্যৰ যুদ্ধ সন্দৰ্ভত ৩ ঘণ্টা ধৰি CCSৰ গুৰুত্বপূৰ্ণ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক।

author-image
Asomiya Pratidin
New Update
image (36)
  • মধ্যপ্ৰাচ্যৰ যুদ্ধ সন্দৰ্ভত ৩ ঘণ্টা ধৰি CCSৰ গুৰুত্বপূৰ্ণ বৈঠক
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক
  • বৈঠকৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ
  • আমেৰিকা–ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত পশ্চিম এছিয়াৰ বৰ্তমান পৰিস্থিতি বিষয়ে আলোচনা কৰে দুগৰাকী প্ৰধানমন্ত্ৰীয়ে
  • সামাজিক মাধ্যমযোগে এই কথা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

WhatsApp Image 2026-03-02 at 9.37.50 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী