সাজু ইছৰ’ৰ মুখ্য কাৰ্যালয়, প্ৰধানমন্ত্ৰী উপস্থিত বাংগালুৰুত…

সাজু ইছৰ’ৰ মুখ্য কাৰ্যালয়, প্ৰধানমন্ত্ৰী উপস্থিত বাংগালুৰুত…

author-image
asomiyapratidin
New Update
সাজু ইছৰ’ৰ মুখ্য কাৰ্যালয়, প্ৰধানমন্ত্ৰী উপস্থিত বাংগালুৰুত…

  • চন্দ্ৰযান-২ৰ ঐতিহাসিক সবাটোকৈ জটিল প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুত ইছৰ'ৰ মুখ্য কাৰ্যালয়।
  • ইতিমধ্যে ইছৰ'ৰ বাংগালুৰুস্থিত প্ৰধান কাৰ্যালয়ত মনিটৰিং কেন্দ্ৰ সক্ৰিয় কৰা হৈছে।
Advertisment
  • প্ৰায় ৩ ঘন্টাৰ পূৰ্বে বাংগালুৰুত গৈ উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • মোডীক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়েৰুপ্পাই বিমানবন্দৰত জনালে আদৰণি।
  • ইছৰ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা চন্দ্ৰযান-২ৰ বিৰল মুহুৰ্ত উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে।