New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/c5c2697e-abf4-4c9a-802c-88a4c198bfd5.jpg)
- ইছৰ'ৰ মুখ্য কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী।
- ফুলৰ থোপাৰে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনালে ইছৰ'ৰ অধ্যক্ষ কে শিৱনে।
- ইছৰ'ৰ কাৰ্যালয়ত উপস্থিতিত হৈ আলোকচিত্ৰ প্ৰত্যক্ষ কৰিলে মোডীয়ে।
- ইয়াৰ পাছতে কাৰ্যালয়ত উপস্থিত থকা সকলো বৈজ্ঞানিকক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।