/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ca93a839-8a28-49e5-866e-f7d7c8269286/b51cfad3_0ed4_4685_8721_826ec0726b99.jpg)
ডিজিটেল ডেস্কঃ আজি সন্ধিয়াভাগলৈ তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লব নৰেন্দ্ৰ মোডীয়ে। তাৰ পূৰ্বে মোডী মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব তাক লৈ তীব্ৰ চৰ্চা চলিছে। এই চৰ্চাৰ মাজতে বিজেপি আৰু এন ডি এৰ সহযোগী দলৰ কিছু নেতালৈ আহিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোনকল। নৰেন্দ্ৰ মোডীয়ে চাহমেললৈ যিসকল নেতাক আমন্ত্ৰণ জনাইছে তেওঁলোক মন্ত্ৰীসভাত স্থান নিশ্চিত বুলি জানিব পৰা গৈছে।
এতিয়া জানো আহক প্ৰধানমন্ত্ৰীৰ চাহমেললৈ কাক আমন্ত্ৰণ জনোৱা হৈছে-
-
ডাঃ চন্দ্ৰশেখৰ পেম্মাছানী (তেলেগু দেশম পাৰ্টি)
-
কিঞ্জৰাপু ৰাম মোহন নাইডু ( তেলেগু দেশম পাৰ্টি)
-
অৰ্জুন ৰাম মেঘৱাল ( বিজেপি)
-
সৰ্বানন্দ সোণোৱাল (বিজেপি)
-
অমিত শ্বাহ (বিজেপি)
-
কমলজিত ছহৰাৱত (বিজেপি)
-
মনোহৰ লাল খট্টৰ (বিজেপি)
-
নীতিন গাডকাৰী (বিজেপি)
-
ৰাজনাথ সিং (বিজেপি)
-
পীয়ুষ গোৱেল (বিজেপি)
-
জ্যোতিৰাদিত্য সিন্ধিয়া (বিজেপি)
-
শান্তুনু ঠাকুৰ (বিজেপি)
-
ৰক্ষা খডছে (বিজেপি)
-
ৰাৱ ইন্দ্ৰজিত সিং (বিজেপি)
-
সুৰেশ গোপী (বিজেপি)
-
ডাঃ জিতেন্দ্ৰ সিং (বিজেপি)
-
জুৱেল ওৰম (বিজেপি)
-
প্ৰতাপৰাও যাদৱ (শিৱসেনা)
-
এছ ডি কুমাৰস্বামী (জে ডি এছ)
-
ছিৰাগ পাছৱান (এল জে পি আৰ)
-
জয়ন্ত চৌধুৰী (আৰ এল ডি)
-
অনুপ্ৰিয়া পেটেল ( অপনা দল)
-
জিতেন ৰাম মাঝী ( এছ এ এম)
-
ৰাম দাস আঠৱালে (আৰ পি আই)
-
বিপ্লৱ দেৱ ( বিজেপি)
-
কিৰেন ৰিজিজু (বিজেপি)