কচুৱাৰ ইস্তেমাস্থলীৰ কাম-কাজ পৰ্যবেক্ষণ বিধায়ক নুৰুল হুদাৰ...

প্ৰায় দুই শতাধিক লোক লগত লৈ ইস্তেমা স্থলীত উপস্থিত হয় বিধায়ক নুৰুল হুদা। ইস্তেমাৰ কাম-কাজ পৰ্যবেক্ষণ কৰাৰ লগতে নিজেও হাতে কামে লাগিল বিধায়কগৰাকী।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ প্ৰায় দুই শতাধিক লোক লগত লৈ ইস্তেমা স্থলীত উপস্থিত হয় বিধায়ক নুৰুল হুদা। ইস্তেমাৰ কাম-কাজ পৰ্যবেক্ষণ কৰাৰ লগতে নিজেও হাতে কামে লাগিল বিধায়কগৰাকী।

ইস্তেমাৰ জড়িয়তে ইছলাম ধৰ্মীয় লোক সকল সৎ পথৰ দিশে গতি কৰাৰ লগতে সমাজৰ পৰা অসৎ প্ৰকৃতিৰ লোক তবলিগী জমাতৰ জৰিয়তে শুদ্ধিকৰণ হয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

পবিত্র ইস্তেমাস্থলীত ৰাইজৰ অফুৰন্ত সহাৰি দেখি উৎফুল্লিত হোৱাৰ লগতে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ সহায় সহযোগিতা কামনা কৰে বিধায়কগৰাকীয়ে । 

কামপুৰ