ডিজিটেল সংবাদ,ৰঙিয়াঃ বৃহস্পতিবাৰে নিশা ধৰ্মীয় ৰঙিয়াত অনুষ্ঠিত দ্বীনি জলচাহত অংশগ্ৰহণ কৰে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।
ৰঙিয়া সমষ্টিৰ ধুহি উত্তৰটাৰী জামে মজিদৰ উদোগত আয়োজন কৰা দ্বীনি জলচাহত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক গৰাকীয়ে । ৰাইজৰ মাজত ধৰ্ম আৰু কৰ্মৰ বিষয়ে সুন্দৰ ভাৱে বিশ্লেষণ কৰে বিধায়ৰ ভৱেশ কলিতাই।