উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লাগিব অখিল গগৈ...

author-image
Asomiya Pratidin
New Update
উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লাগিব অখিল গগৈ...

akhil gogoi

ডিজিটেল ডেস্কঃ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত। অখিল গগৈৰ এক জটিল অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন যদিও সেই অস্ত্ৰোপ্ৰচাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্ভৱ নহয়।

সেয়ে অখিল গগৈক উন্নত চিকিৎসা আৰু এই অস্ত্ৰোপ্ৰচাৰৰ বাবে বাহিৰৰ চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসকে। দুই- এদিনতে অখিল গগৈ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছে।

gmch akhil gogoi