মিজোৰামত ১৪৪ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2.jpgFC
  • মিজোৰামত ১৪৪ কোটি টকাৰ য়াবা টেবলেট জব্দ
  • বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা
  • অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ
  • মিজোৰামৰ ছাৰছিপত এখন বলেৰ’ বাহনৰ পৰা জব্দ টেবলেটখিনি
  • ঘটনা সন্দৰ্ভত ৩জন লোকক গ্রেপ্তাৰ
মিজোৰাম