/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-13/9hevvot7/DDDDDDDDDDDDDDDDDDD.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপবৰ্তী ৰাইডঙীয়া নিৱাসী মিঠুন দাসৰ শনিবাৰে অকাল মৃত্যু ঘটে। ৩০ বছৰীয়া যুৱকজন কিছুদিন ধৰি অসুস্থ হৈ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
সৰবৰহী যুৱকজনৰ অকাল বিয়োগত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ লগতে ৰাইদঙীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us