চিৰিয়াখানাৰ পৰা সন্ধানহীন যুৱকৰ পৰিচয় লাভ আৰক্ষীৰ

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা সন্ধানহীন যুৱকজনক বিচাৰি অভিযান অব্যাহত। সন্ধানহীন যুৱকজন মেঘালয়ৰ বুল্ট মোৰ ব’থমিট বুলি চিনাক্ত। বৃহস্পতিবাৰে বিয়লি ২.৫৬ বজাত চিৰিয়াখানাত প্রৱেশ কৰিছিল যুৱকজনে

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা সন্ধানহীন যুৱকজনক বিচাৰি অভিযান অব্যাহত
  • সন্ধানহীন যুৱকজন মেঘালয়ৰ বুল্ট মোৰ ব’থমিট বুলি চিনাক্ত
  • বৃহস্পতিবাৰে বিয়লি ২.৫৬ বজাত চিৰিয়াখানাত প্রৱেশ কৰিছিল যুৱকজনে
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে নথি-পত্রসহ এটা বেগ
  • মেঘালয়ৰ ৰেংৰো চাইডৰ হাতীদঙাত ঘৰ যুৱকজনৰ
  • এমাহ পূৰ্বে এটা কোচিঙত নামভৰ্তি কৰিছিল ২২ বছৰীয়া যুৱকজনে
  • ইতিমধ্যে যুৱকজন সন্ধানহীন সন্দৰ্ভত এজাহাৰ দাখিল পৰিয়ালৰ
চিৰিয়াখানা ৰাজ্যিক চিৰিয়াখানা